Assam TET Exam 2019 - Assamese (Language-1) - Saryapod 14 One Linear Question with PDF || Assam Job Exam News

0

Assam TET Exam 2019 - Assamese (Language-1) - Saryapod 14 One Linear Question with PDF || Assam Job Exam News

Also Read



Assam TET – Assamese
14 One-Linear Question on Assamese Language

(১) প্ৰাক্ শংকৰী যুগৰ শ্ৰেষ্ঠ কবিজনা কোন আছিলে  ?
উত্তৰ – কবিৰাজ মাধৱ কন্দলি ।

(২) কন্দলিদেৱ কাৰ ৰাজকবি আছিল  ?
উত্তৰ – বৰাহী ৰজা মহামাণিক্যৰ ।

(৩) অসমীয়া ৰামায়ণৰ আদিকাণ্ড আৰু উত্তৰাকাণ্ড কোনে অনুবাদ কৰিছে  ?
উত্তৰ – আদিকাণ্ড মাধৱদেৱে আৰু উত্তৰাকাণ্ড শ্ৰীমন্ত শংকৰদেৱে ।

(৪) উত্তৰ  ভাৰতৰ প্ৰান্তীয় ভাষাত ৰচিত ৰামায়ণৰ ভিতৰত কোনখন আটাইতকৈ প্ৰাচীনতম  ?
উত্তৰ – মাধৱ কন্দলীৰ ৰামায়ণ ।

(৫) চৰ্যাপদ সমূহ কি  ?
উত্তৰ – খ্ৰীষ্টিয় দশম একাদশ শতিকাৰ পৰা চতুৰ্দশ শতিকালৈ সহজীয়া বৌদ্ধ সিদ্ধাচাৰ্যসকলে ৰচনা কৰা গীতবোৰেই  চৰ্যাপদ ।

(৬) কোনে কেতিয়া কৰ পৰা চৰ্যাপদবোৰ উদ্ধাৰ কৰিছে  ?
উত্তৰ – ১৯০৭ চনত মহামহোপাধ্য়ায় হৰ প্ৰসাদ শাস্ত্ৰীয়ে নেপাল ৰাজদৰবাৰৰ গ্ৰন্থালয়ৰ পৰা উদ্ধাৰ কৰে ।

(৭) চৰ্যাপদ সমুহক প্ৰথম কি নামেৰে প্ৰকাশ কৰা হয়  ?
উত্তৰ – হাজাৰ বসৰেৰ পুৰাণ বাঙ্গালা ভাষায় বৌদ্ধগান ও দোহা – নামেৰে ১৯২৬ চনত প্ৰকাশ কৰা হয় ।

(৮) শাস্ত্ৰীদেৱে মুঠতে কেইখন পুথি প্ৰকাশ কৰে আৰু কি কি  ?
উত্তৰ – চাৰিখন – সৰোহবজ্ৰৰ দোহাকোষস কৃষ্ণাচাৰ্যৰ দোহাকোষ, ডাকৰ্ণৱ আৰু চাৰ্যাচৰ্য-বিনিশ্চয় ।

(৯) এই চৰ্যাপদ সমূহক কি নামেৰে জনা যায়  ?
উত্তৰ – বৌদ্ধগীত ।

(১০) কোনখন চৰ্যাপদৰ নাম শাস্ত্ৰীদেৱে নিজে দিছে তথা সেই খনৰ প্ৰকৃত নাম কি আছিল  ?
উত্তৰ – চৰ্যাচৰ্য-বিনিশ্চয় খন আৰু এই খনৰ প্ৰকৃত নাম আছিল – চৰ্যাগীতিকোষ ।

(১১) চৰ্যাপুথি সমূহত মুঠ কিমানটা গান বা দোহা আছে  ?
উত্তৰ – ৪৬ টা সম্পুৰ্ণ আৰু এটা খণ্ডিত ।

(১২) চৰ্যাপুথিৰ গীতসমুহ কোনে ৰচনা কৰা  ?
উত্তৰ – ২৪ জন বৌদ্ধ সিদ্ধাচাৰ্যই ।

(১৩) চৰ্যাপুথি সমুহ ৰচনা কৰা সিদ্ধমহাপুৰুষ সকলৰ ভিতৰত কামৰূপৰ কোন কোন আছিল  ?
উত্তৰ – অগ্ৰণী মীননাথ, মসেন্দ্ৰনাথ, লুইপা (লৌহিত্যপাদ) আৰু সৰহপা ।

(১৪)চৰ্যাপদ সমূহ কিয় ৰচনা কৰা হৈছিল  ?
উত্তৰ – গাবৰ বাবে ।


PDF Link - Click Here

==============================================

BEST GBD Publication Book For TET Assam Exam

LP & UP (Assamese Version) -


You can Buy from here - Click Here



==============================================


Thank You.
এনেকুৱা PDF Materials পাবৰ বাবে আকৌ Visit কৰিব
www.AssamJobExam.co.in

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.