Assam GK For DHS, DEE, Assam Police, DME, TET, DC Officie & All Exam (Set-1) - Assam Job Exam News

0

Assam GK For DHS, DEE, Assam Police, DME, TET, DC Officie & All Exam (Set-1) - Assam Job Exam News

Also Read

Assamese GK Question Answer



For DHS 600 Post (Peon/Ward Boy/Ward Girl)

DEE Assam (JA/CO/Peon/Chawkidar/Driver)

Assam Police (SI/RO/AB/UB)

DME (Grade-3 Post/Garde-4 Post)

TET (LP/UP Assam)

DC Officie & Assam Exam

All Exam (Set-1)

www.AssamJobExam.co.in


====================================================================

(১) সিন্ধু সভ্যতা কোন যুগৰ ?

(ক) প্ৰত্ন প্ৰস্তৰ যুগৰ
(খ) নৱপ্ৰস্তৰ যুগৰ
(গ) তাম্ৰ যুগৰ
(ঘ) এটাও নহয়



উত্তৰ : - (গ)



(২) ভগনীয়া ৰজা কাক আখ্যা দিয়া হৈছে ?

(ক) শিৱসিংহ
(খ) জয়ধ্বজ সিংহ
(গ) গদাধৰ সিংহ
(ঘ) ৰুদ্ৰ সিংহ



উত্তৰ : - (খ)



(৩) অসমত প্ৰথম আনুষ্ঠানিক লোকপিয়ল কোনে কৰাইছিল ?

(ক) ৰুদ্ৰ সিংহ
(খ) ছুকামফা
(গ) ছুহুংমুং
(ঘ) ছুকাফা



উত্তৰ : - (গ)



(৪) লৰ্ড কৰ্ণৱালিছে প্ৰৱৰ্তন কৰিছিল -

(ক) জমিদাৰি প্ৰথা
(খ) মনছবদাৰী প্ৰথা
(গ) মহলদাৰী প্ৰথা
(ঘ) ওপৰৰ এটাও নহয়



উত্তৰ : - (ক)



(৫) মেঘদূত কোনে লিখিছিল ?

(ক) কৌটিল্যই
(খ) কালিদাস
(গ) বৰাহমিহিৰ
(ঘ) কলহন



উত্তৰ : - (খ)



====================================================================



(৬) অৰ্থশাস্ত্ৰ কাৰ শাসন কালত ৰচনা কৰা হৈছিল ?

(ক) মগধ
(খ) মৌৰ্য্য
(গ) নন্দক
(ঘ) ছাকিয়ান



উত্তৰ : - (খ)



(৭) গড়গাৱঁৰ পৰা ৰংপুৰলৈ ৰাজধানী কোনে তুলি নিছিল ?

(ক) শিৱসিংহই
(খ) ৰুদ্ৰসিংহই
(গ) গদাধৰ সিংহই
(ঘ) ছুকাফাই



উত্তৰ : - (খ)



(৮) অজন্তাৰ চিত্ৰ ভাস্কৰ্যই কিহৰ বৰ্ণনা কৰিছে ?

(ক) হিন্দুধৰ্মৰ কথা
(খ) বৌদ্ধ ধৰ্মৰ কথা
(গ) জৈন ধৰ্মৰ কথা
(ঘ) মুছলিম ধৰ্মৰ কথা



উত্তৰ : - (খ)



(৯) জয়দেৱৰ গীত-গোৱিন্দ কেতিয়া লিখা হৈছিলে -

(ক) পোন্ধৰ শতিকাত
(খ) দশম শতিকাত 
(গ) চতুৰ্থ শতিকাত
(ঘ) দ্বাদশ শতিকাত



উত্তৰ : - (ঘ)



(১০) গৌতম বুদ্ধই জ্ঞান লাভ কৰিছিল -

(ক) বোধগয়া
(খ) কপিলাবস্তু
(গ) সাৰনথ
(ঘ) কুশীনগৰ



উত্তৰ : - (ক)

=============================================


Download Previous Year Question Paper Fro Here -

SSC Previous Year Paper - Download NOW

Assam Police Exam Previous Year Paper - Download NOW

DHS Assam Exam Previous Year Paper - Download NOW

DC Office Exam Previous Year Paper - Download NOW

Gauhati High Court Exam Previous Year Paper - Download NOW

Foreigner's Tribunal Exam Previous Year Paper - Download NOW

Railway NTPC Exam Previous Year Paper - Download NOW

Railway Group D Exam Previous Year Paper - Download NOW

DC Office Paper - Click Here

=============================================


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.